আধাৰ অনলাইন সেৱা আপডেটৰ জৰিয়তে মই কি বিৱৰণ আপডেট কৰিব পাৰোঁ?

এই অনলাইন পৰ্টেলৰ জৰিয়তে, আপুনি কেৱল ঠিকনা আৰু ডকুমেণ্ট আপডেট কৰিব পাৰে।
আন যিকোনো আপডেটৰ বাবে, অনুগ্ৰহ কৰি নিকটতম আধাৰ সেৱা কেন্দ্ৰলৈ যাওঁক।