মই এজন অনাবাসী ভাৰতীয় (এনআৰআই)। মই নথিপত্ৰবোৰ কেনেকৈ দাখিল কৰিব পাৰোঁ?

আপুনি যেতিয়াই ভাৰতত থাকে, অনলাইন যোগে বা আধাৰ কেন্দ্ৰলৈ গৈ নথিপত্ৰ দাখিল কৰিব পাৰে।