আধাৰ পিভিচি কাৰ্ড অৰ্ডাৰ কৰক” সেৱা কি?


“অৰ্ডাৰ আধাৰ পিভিচি কাৰ্ড” হৈছে ইউআইডিএআইৰ দ্বাৰা আৰম্ভ কৰা এক অনলাইন সেৱা যিয়ে আধাৰধাৰীক নামমাত্ৰ চাৰ্জ দি পিভিচি কাৰ্ডত আধাৰৰ সবিশেষ ছপা কৰিবলৈ সুবিধা প্ৰদান কৰে।