"ডাটাবেচটো কি ভাষাত ৰক্ষণাবেক্ষণ কৰা হ'ব? প্ৰমাণীকৰণ সেৱাসমূহ কি ভাষাত প্ৰদান কৰা হ'ব? ইউআইডিএআই আৰু আৱাসীৰ মাজত কি ভাষাত যোগাযোগ হ'ব?

ডাটাবেচটো ইংৰাজীত ৰক্ষণাবেক্ষণ কৰা হ'ব। আৱাসী আৰু ইউআইডিএআইৰ মাজত যোগাযোগ ইংৰাজী আৰু স্থানীয় ভাষাত হ'ব।"