যেতিয়া তেওঁলোকৰ আধাৰ নম্বৰৰ বিপৰীতে প্ৰমাণীকৰণ হয় তেতিয়া আৱাসীসকলক অৱগত কৰাৰ কোনো প্ৰণালী আছে নেকি?
ইউআইডিএআইয়ে আৱাসীৰ পঞ্জীভুক্ত ইমেইলত প্ৰমাণীকৰণৰ বিষয়ে জাননী দিয়ে। যেতিয়াই ইউ.আই.ডি.এ.আই.-য়ে আধাৰ নম্বৰৰ বিপৰীতে বায়োমেট্ৰিক বা অ'টিপি আধাৰিত প্ৰমাণীকৰণ অনুৰোধ প্ৰাপ্ত কৰে, পঞ্জীভুক্ত ইমেইল ঠিকনালৈ এক অধিসূচনা প্ৰেৰণ কৰা হয়।
