মই কেনেকৈ জানিব পাৰিম যে ডিবিটি পুঁজি মোৰ একাউণ্টলৈ আহিছে?

যদি আপুনি আপোনাৰ ডিবিটি একাউণ্ট খোলা সংশ্লিষ্ট বেঙ্কৰ পৰা এছএমএছ এলাৰ্ট সুবিধা লাভ কৰিছে, তেনেহ'লে আপুনি একাউণ্টত ডিবিটি পুঁজি প্ৰাপ্ত কৰিলে বেঙ্কে এছএমএছ এলাৰ্ট প্ৰেৰণ কৰিব। বৈকল্পিকভাৱে, আপুনি এটিএম, মাইক্ৰ'এটিএম/ বেঙ্ক মিত্ৰ, ইণ্টাৰনেট/ম'বাইল বেঙ্কিং বা ফোন-বেঙ্কিং ৰ জৰিয়তে আপোনাৰ একাউণ্ট বেলেন্স পৰীক্ষা কৰিব পাৰে।