মাস্কড আধাৰ কি?

মাস্ক আধাৰ বিকল্পই আপোনাৰ ডাউনলোড কৰা ই-আধাৰত আপোনাৰ আধাৰ নম্বৰ মাস্ক কৰাৰ অনুমতি দিয়ে।মাস্কড আধাৰ নম্বৰৰ অৰ্থ হ’ল আধাৰ নম্বৰৰ প্ৰথম ৮টা অংকৰ ঠাইত “xxxx-xxxx”ৰ দৰে কিছুমান আখৰ লগোৱা, আনহাতে আধাৰ নম্বৰৰ শেষৰ ৪টা অংকহে দেখা যায়।