Filters

আপোনাৰ আধাৰ

মই মোৰ আধাৰ শেহতীয়াকৈ আপডেট কৰিলোঁ । কিন্ত্ত, মেনুৱেল চেকত থকা বুলি দেখুৱালে । কেতিয়ালৈ আপডেট হ’ব ?keyboard_arrow_down
মই মোৰ আধৰ শেহতীয়াকৈ আপডেট কৰিলোঁ । আপুনি সোনকালে প্ৰদান কৰিব পাৰেনে ? মোৰ জৰুৰী প্ৰয়োজন হৈছিল ?keyboard_arrow_down
মই পূৰ্বতে আধাৰৰ বাবে আবেদন কৰিছিলোঁ কিন্ত্ত নেপালোঁ । যদি মই পুনৰ আবেদন কৰো কেতিয়ালৈ আধাৰ পাম ?keyboard_arrow_down
আধাৰৰ লগত পেন কেনেকৈ লিংক কৰিম?keyboard_arrow_down
আধাৰ পিভিচি কাৰ্ড কি? এইটো কাগজ আধাৰিত লেমিনেটেড আধাৰ পত্ৰৰ সমতুল্য নেকি?keyboard_arrow_down
যদি আধাৰ নম্বৰ ধাৰকক আধাৰ পত্ৰ প্ৰদান কৰা নহয় তেন্তে কি হ'ব?keyboard_arrow_down
মই এনৰোলেড হোৱাৰ পিছত, মোৰ আধাৰ পত্ৰ পাবলৈ কিমান সময় লাগিব? আৰু মই মোৰ আধাৰ পত্ৰ কেনেকৈ পাম?keyboard_arrow_down
যদি এজন আধাৰ নম্বৰ ধাৰকে তেওঁৰ আধাৰ নম্বৰ ভুলকৈ ৰাখে তেন্তে কি হ'ব?keyboard_arrow_down
আৱাসীয়ে কেনেকৈ এমআধাৰ এপত প্ৰ'ফাইল সৃষ্টি কৰিব পাৰে?keyboard_arrow_down
এমআধাৰৰ মুখ্য বৈশিষ্ট্যবোৰ কি?keyboard_arrow_down
এমআধাৰ সেৱা ব্যৱহাৰ কৰাৰ বাবে পঞ্জীভুক্ত মোবাইল নম্বৰ এটা প্ৰয়োজনীয় নেকি?keyboard_arrow_down
এমআধাৰ এপৰ জৰিয়তে আধাৰৰ বিৱৰণ আপডেট কৰাৰ কোনো প্ৰক্ৰিয়া আছে নেকি, যেনে ডিঅ'বি, ম'বাইল নম্বৰ, ঠিকনা ইত্যাদি আৰু সম্পূৰ্ণ প্ৰক্ৰিয়া যোগ কৰিব লাগিব নেকি?keyboard_arrow_down
এমআধাৰ ক'ত ব্যৱহাৰ কৰিব পাৰি?keyboard_arrow_down
এজন ব্যক্তিয়ে তেওঁৰ এমআধাৰ ম'বাইল এপ্লিকেশ্বনত কিমানটা প্ৰ'ফাইল যোগ দিব বা চাব পাৰে?keyboard_arrow_down
এমআধাৰ এপটো কি, আৰু মই ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ?keyboard_arrow_down
এম-আধাৰ ক'ত ব্যৱহাৰ কৰিব পাৰি?keyboard_arrow_down
আধাৰ এপৰ জৰিয়তে আধাৰৰ বিৱৰণ যেনে ডিঅ'বি, ম'বাইল নম্বৰ, ঠিকনা আদি আপডেট কৰাৰ কোনো প্ৰক্ৰিয়া আছে নেকি?keyboard_arrow_down
আৱাসীয়ে প্ৰ'ফাইলটো কেনেদৰে চাব পাৰে?keyboard_arrow_down
আৱাসীয়ে এম-আধাৰ এপত কেনেদৰে প্ৰ'ফাইল সৃষ্টি কৰিব পাৰে?keyboard_arrow_down
এমআধাৰ ব্যৱহাৰ কৰিবলৈ পঞ্জীভুক্ত মোবাইল নম্বৰ থকাটো বাধ্যতামূলক নেকি?keyboard_arrow_down
এমআধাৰ সেৱা ব্যৱহাৰ কৰিবলৈ পঞ্জীভুক্ত মোবাইল নম্বৰ থকাটো বাধ্যতামূলক নেকি?keyboard_arrow_down
এমআধাৰ এপৰ জৰিয়তে আধাৰৰ বিৱৰণ আপডেট কৰাৰ কোনো প্ৰক্ৰিয়া আছে নেকি, যেনে ডিঅ'বি, ম'বাইল নম্বৰ, ঠিকনা ইত্যাদি আৰু সম্পূৰ্ণ প্ৰক্ৰিয়া যোগ কৰিব লাগিব?keyboard_arrow_down
আধাৰৰ বৈশিষ্ট্য আৰু উপকাৰিতা কি কি?keyboard_arrow_down
আধাৰ নম্বৰ কি?keyboard_arrow_down
আধাৰ পোৱাটো বাধ্যতামূলক হ'বনে?keyboard_arrow_down
আধাৰ তালিকাভুক্তৰ বাবে কি প্ৰক্ৰিয়া মানি চলিব লাগে আৰু আধাৰ পাবলৈ কি তথ্য দিব লাগে?keyboard_arrow_down
আধাৰত জন্ম তাৰিখ (DOB) কেনেকৈ পৰীক্ষা কৰিব পাৰি ?keyboard_arrow_down
ইউআইডিএআইয়ে ব্যক্তিজন আৰু তেওঁলোকৰ তথ্য কেনেকৈ সুৰক্ষিত কৰে?keyboard_arrow_down
ইকেৱাইচিৰ বাবে আধাৰ ব্যৱহাৰ কৰিব পাৰিনে?keyboard_arrow_down
চৰকাৰে জাৰি কৰা আন কোনো পৰিচয়ৰ পৰা আধাৰ কেনেকৈ পৃথক?keyboard_arrow_down
আধাৰৰ কি কামত ল’ব পাৰি?keyboard_arrow_down
ইউআইডিএআই তথ্যৰ সুৰক্ষা আৰু গোপনীয়তা ৰক্ষাৰ বাবে কি ব্যৱস্থা লৈছে ?keyboard_arrow_down
প্ৰৱঞ্চনা বা তথ্যৰ অননুমোদিত প্ৰৱেশাধিকাৰৰ বিৰুদ্ধে সাম্ভাব্য অপৰাধমূলক জৰিমনা বোৰ কি কি?keyboard_arrow_down
আৱাসীৰ গোপনীয়তাৰ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে কি কি ব্যৱস্থা লোৱা হৈছে ?keyboard_arrow_down
এজন আৱাসীয়ে আধাৰৰ পৰা আঁতৰি থাকিব পাৰেনে?keyboard_arrow_down
ইউআইডিএআই কেনেদৰে ব্যক্তি আৰু তেওঁলোকৰ তথ্যৰ সুৰক্ষা দিয়ে ?keyboard_arrow_down
ইউআইডিৰ ডাটাবেছৰ প্ৰবেশাধিকাৰ কোনে পাব ? ডাটাবেছৰ নিৰাপত্তা কিদৰে নিশ্চিত কৰা হ’ব?keyboard_arrow_down
আৱাসীৰ অভিযোগ কেনেকৈ সমাধান কৰা হ'ব?keyboard_arrow_down
আধাৰ ডাটাবেচৰ পৰা আৱাসীৰ তথ্য প্ৰসাৰিত কৰিব পাৰিনে?keyboard_arrow_down
প্ৰবাসী ভাৰতীয় তালিকাভুক্তৰ প্ৰক্ৰিয়া কি?keyboard_arrow_down
আধাৰৰ বাবে প্ৰবাসী ভাৰতীয়সকলৰ তালিকাভুক্তৰ পদ্ধতি কি?keyboard_arrow_down
এজন এনআৰআইয়ে আধাৰৰ বাবে আবেদন কৰিব পাৰিবনে?keyboard_arrow_down
মোৰ পাছপোৰ্ট মোৰ পত্নীৰ আধাৰ আপডেটৰ বাবে ব্যৱহাৰ কৰিব পাৰিনে?keyboard_arrow_down
মই এজন প্ৰবাসী ভাৰতীয় আৰু মোৰ আধাৰ আছে। মোৰ আধাৰ & পাছপ'ৰ্টৰ ওপৰত ভিত্তি কৰি মোৰ পত্নীক তালিকাভুক্ত কৰিব পাৰিনে?"keyboard_arrow_down
৫ বছৰৰ তলৰ প্ৰবাসী ভাৰতীয়ৰ শিশুৰ আধাৰ তালিকাভুক্তৰ প্ৰক্ৰিয়া কি?keyboard_arrow_down
আধাৰ সবিশেষত এটা আন্তৰ্জাতিক মোবাইল নম্বৰ দিব পাৰিমনে?keyboard_arrow_down
মোৰ পাছপ'ৰ্টৰ ঠিকনা আপডেট হোৱা নাই। মোৰ আধাৰ আবেদনৰ বাবে মোৰ বৰ্তমানৰ ঠিকনা দিব বিচাৰিছো। সেয়া সম্ভৱনে?keyboard_arrow_down
মোৰ নাম পান আৰু আধাৰত বেলেগ। ই মোক দুয়োটাকে লিংক কৰিবলৈ দিয়া নাই। কি কৰিব?keyboard_arrow_down
পেনত মোৰ জন্ম তাৰিখ আৰু আধাৰৰ মিল নাই। সেইবোৰ লিংক কৰিব পৰা নাই। অনুগ্ৰহ কৰি সহায় কৰক?keyboard_arrow_down
মোৰ হাতত কোনো জন্মৰ তাৰিখ প্ৰমাণ নাই। আধাৰত জন্মৰ তাৰিখ কেনেকৈ আপডেট কৰিম?keyboard_arrow_down