অফলাইন আধাৰ এক্সএমএল কেনেকৈ সৃষ্টি কৰিব?

 

আধাৰ অফলাইন ই-কেৱাইচি সৃষ্টিৰ প্ৰক্ৰিয়া তলত ব্যাখ্যা কৰা হৈছে:

* URL https://myadhaar.uidai.gov.in/offline-ekyc লৈ যাওক
* ‘আধাৰ নম্বৰ’ বা ‘VID’ লিখি পৰ্দাত উল্লেখ কৰা ‘Security Code’ লিখক, তাৰ পিছত ‘Send OTP’ ত ক্লিক কৰক। প্ৰদত্ত আধাৰ নম্বৰ বা ভিডিৰ বাবে পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ প্ৰেৰণ কৰা হ’ব অ’টিপি। UIDAI ৰ m-Aadhaar mobile Application ত উপলব্ধ হব OTP । লাভ কৰা OTP সুমুৱাওক। এটা Share Code দিয়ক যিটো ZIP ফাইলৰ পাছৱৰ্ড আৰু ‘Download’ বুটামত ক্লিক কৰক
ডিজিটেলভাৱে স্বাক্ষৰিত XML যুক্ত জিপ ফাইলটো ডিভাইচলৈ ডাউনলোড কৰা হ'ব য'ত ওপৰত উল্লেখ কৰা পদক্ষেপসমূহ সম্পন্ন কৰা হৈছে।

অফলাইন আধাৰ এক্সএমএল mAadhaar এপৰ পৰাও ডাউনলোড কৰিব পাৰিব।

 

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done