আধাৰ কাগজবিহীন অফলাইন ই-কে ৱাই চি কি?

 


ই এটা সুৰক্ষিত শ্বেয়াৰযোগ্য নথিপত্ৰ যি যিকোনো আধাৰ নম্বৰধাৰীয়ে চিনাক্তকৰণৰ অফলাইন পৰীক্ষণৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

এই সুবিধা ব্যৱহাৰ কৰিব বিচৰা এজন বাসিন্দাই ইউআইডিএআই ৱেবছাইটত প্ৰৱেশ কৰি তেওঁৰ ডিজিটেলভাৱে স্বাক্ষৰিত অফলাইন এক্সএমএল সৃষ্টি কৰিব লাগিব। অফলাইন এক্সএমএলত নাম, ঠিকনা, ফটো, লিংগ, ডিঅ’বি, পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ হেচ, পঞ্জীয়নভুক্ত ইমেইল ঠিকনাৰ হেচ আৰু ৰেফাৰেন্স আইডি থাকিব য’ত আধাৰ নম্বৰৰ শেষৰ ৪টা অংক আৰু তাৰ পিছত টাইম ষ্টেম্প থাকিব। ই সেৱা প্ৰদানকাৰী/অফলাইন পৰীক্ষণ বিচৰা সত্তা (OVSE)ক আধাৰ নম্বৰ সংগ্ৰহ বা সংৰক্ষণৰ প্ৰয়োজন নোহোৱাকৈ অফলাইন আধাৰ পৰীক্ষণৰ সুবিধা প্ৰদান কৰিব।

 

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done