এছ এম এছ সেৱাৰ সহায়ত আধাৰ নম্বৰ কেনেকৈ লক/আনলক কৰিব?
আধাৰ নম্বৰ লক কৰাৰ বাবে:
অটিপি অনুৰোধ পঠাওক -> GETOTPLAST আধাৰ নম্বৰৰ ৪ বা ৮ টা ডিজিট তাৰ পিছত লক অনুৰোধ পঠাওক -> LOCKUIDআধাৰ নম্বৰৰ শেষ ৪ বা ৮ টা ডিজিট6 ডিজিট অটিপি
আপোনাৰ অনুৰোধৰ বাবে আপুনি এটা নিশ্চিতকৰণ বাৰ্তা পাব। এবাৰ ইয়াক লক কৰিলে আপুনি আপোনাৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি কোনো ধৰণৰ প্ৰমাণীকৰণ (বায়'মেট্ৰিক, ডেম'গ্ৰাফিক বা অ'টিপি) কৰিব নোৱাৰিব। কিন্তু, আপুনি এতিয়াও প্ৰমাণীকৰণ সম্পাদন কৰিবলে আপোনাৰ শেহতীয়া ভাৰ্চুৱেল ID ব্যৱহাৰ কৰিব পাৰিব।
আধাৰ নম্বৰ আন-লক কৰাৰ বাবে আপোনাৰ শেহতীয়া ভাৰ্চুৱেল আইডি থাকিব লাগিব।
ভাৰ্চুৱেল আইডি নম্বৰৰ শেষৰ ৬ বা ১০ টা ডিজিটৰ সৈতে OTP অনুৰোধ পঠাওক -> হিচাপে
GETOTPLAST 6 বা 10 ডিজিট ভাৰ্চুৱেল আইডি
তাৰ পিছত আনলক কৰা অনুৰোধ -> UNLOCKUIDLAST 6 বা 10 DIGIT ভাৰ্চুৱেল ID 6 DIGIT OTP" হিচাপে পঠাওক।
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
