অপঞ্জীয়নভুক্ত/বিকল্প মোবাইল নম্বৰ ব্যৱহাৰ কৰি কেনেকৈ অনুৰোধ উত্থাপন কৰিব?
অনুগ্ৰহ কৰি https://uidai.gov.in বা https://myadhaar.uidai.gov.in/genricPVC চাওক
“আধাৰ পিভিচি কাৰ্ড অৰ্ডাৰ কৰক” সেৱাত ক্লিক কৰক।
Login ত ক্লিক কৰক, আপোনাৰ ১২ সংখ্যাৰ আধাৰ নম্বৰ (UID) দিয়ক।
সুৰক্ষা ক'ড দিয়ক
“Login with OTP” বুটামত ক্লিক কৰক।
গ্ৰাহক/অনুৰোধকাৰীৰ মোবাইল নম্বৰত লাভ কৰা OTP লিখক।
'আধাৰ পিভিচি কাৰ্ড অৰ্ডাৰ কৰক' টাইলত ক্লিক কৰক। পৰৱৰ্তী পৰ্দাত, 'অন্যৰ বাবে আধাৰ পিভিচি কাৰ্ড অৰ্ডাৰ কৰক' বিকল্প নিৰ্ব্বাচন কৰক। পঞ্জীয়নবিহীন মোবাইল নম্বৰ ব্যৱহাৰ কৰি অৰ্ডাৰ দিয়া আধাৰ নম্বৰধাৰীৰ বাবে প্ৰিভিউ উপলব্ধ নহ’ব।
অৰ্ডাৰ দিয়াৰ বাকী পদক্ষেপবোৰ একেই আছে।"
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
