যদি মই অফলাইনত নথি-পত্ৰ জমা দিব বিচাৰো তেন্তে মই কেনেকৈ আধাৰ কেন্দ্ৰ এটা বিচাৰি উলিয়াব পাৰো?

  1. অনুগ্ৰহ কৰি https://bhuvan.nrsc.gov.in/aadhaar/ লৈ যাওক।
    আপোনাৰ পিন ক’ড এলেকাৰ ভিতৰত আধাৰ কেন্দ্ৰসমূহৰ স্থান নিৰ্ণয়ৰ বাবে ‘পিন ক’ডৰ দ্বাৰা সন্ধান’ টেবত ক্লিক কৰক। সেই অঞ্চলৰ আধাৰ কেন্দ্ৰসমূহ চাবলৈ আপোনাৰ এলেকাৰ পিন ক'ড দিয়ক।

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done