মই ইতিমধ্যে মোৰ আধাৰত জন্মতাৰিখ এবাৰ আপডেট কৰিছো। মই ইয়াক আপডেট/সংশোধন কৰিব পাৰো নেকি?
নহয়। আপুনি কেৱল এবাৰহে আপোনাৰ জন্ম তাৰিখ (ডি.ও.বি.) আপডেট কৰিব পাৰে। ব্যতিক্ৰমী পৰিস্থিতিত জন্মৰ তাৰিখ (ডি.ও.বি.) সলনি কৰিব পাৰি, অনুগ্ৰহ কৰি এই সন্দৰ্ভত 1947 লৈ ফোন কৰক।
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
