অনুৰোধ দাখিল কৰিলে জনগাঁথনিগত তথ্যৰ আপডেটনিশ্চিত হয় নেকি?

তথ্য দাখিল কৰিলে আধাৰৰ তথ্য আপডেট হোৱাৰ নিশ্চয়তা নাথাকে। আপডেট আধাৰ অনলাইন সেৱাৰ জৰিয়তে দাখিল কৰা পৰিৱৰ্তনসমূহ ইউআইডিএআইৰ দ্বাৰা পৰীক্ষণ আৰু বৈধকৰণৰ অধীনত থাকে আৰু বৈধকৰণৰ পিছত কেৱল পৰিৱৰ্তনৰ অনুৰোধক আধাৰ আপডেটৰ বাবে অধিক প্ৰক্ৰিয়াকৰণ কৰা হয়।

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done