মই কেতিয়া প্ৰমাণীকৰণ কৰিব লাগিব?
বিভিন্ন চৰকাৰী আঁচনি আৰু ব্যক্তিগত সেৱা প্ৰদানকাৰী যেনে পিডিএছ, এনআৰইজিএ, বেংক আৰু টেলিকম অপাৰেটৰসকলে তেওঁলোকৰ হিতাধিকাৰী/গ্ৰাহকৰ প্ৰমাণীকৰণৰ বাবে আধাৰ প্ৰমাণীকৰণ গ্ৰহণ কৰিছে। প্ৰমাণীকৰণ সাধাৰণতে লাভালাভ প্ৰদান ৰ সময়ত বা সেৱাটো তৈয়াৰ কৰাৰ সময়ত কৰা হয়।
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
