মোৰ বাবে আন কোনোবাই ভিআইডি সৃষ্টি কৰিব পাৰিবনে ?

 এইউকে/কেইউএ ৰ দৰে আন কোনো সত্তাই আধাৰ নম্বৰধাৰীৰ হৈ ভিআইডি সৃষ্টি কৰিব নোৱাৰে । আধাৰ নম্বৰধাৰীয়ে কেৱল নিজেই ভিআইডি সৃষ্টি  কৰিব পাৰিব । আধাৰ নম্বৰধাৰীয়ে পঞ্জীয়নভুক্ত মোবাইল নম্বৰত এছএমএছৰ জৰিয়তে ভিআইডি লাভ কৰিব ।

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done