ভিআইডি ৰ ক্ষেত্ৰত, প্ৰমাণীকৰণৰ বাবে মই সন্মতি দিব লাগিবনে?
হয়, ভিআইডি ভিত্তিক প্ৰমাণীকৰণৰ বাবে আধাৰ নম্বৰধাৰীৰ সন্মতি প্ৰয়োজনীয়। এজেন্সীয়ে আধাৰ নম্বৰধাৰীক প্ৰমাণীকৰণৰ উদ্দেশ্য অৱগত কৰিব লাগিব আৰু প্ৰমাণীকৰণ সম্পন্ন কৰাৰ বাবে স্পষ্ট সন্মতি সংগ্ৰহ কৰিব লাগিব।
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
