এজেন্সীয়ে ভিআইডি জমা কৰিব পাৰিবনে?

নোৱাৰে। যিহেতু ভিআইডি অস্থায়ী আৰু আধাৰ নম্বৰ ধাৰীয়ে সলনি কৰিব পাৰে, গতিকে VID সংৰক্ষণ কৰাৰ কোনো মূল্য নাই। এজেন্সীসমূহে কোনো ডাটাবেছৰ লগত ভিআইডি সংৰক্ষণ কৰিব নালাগে।

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done