ভিআইডিৰ নবীকৰণে একেটা ভিআইডি সৃষ্টি কৰিব নে বেলেগ ভিআইডিৰ সৃষ্টি কৰিব?
নূন্যতম বৈধতাৰ সময়সীমাৰ পিছত (বৰ্তমান ১ কেলেণ্ডাৰ দিন বা মাজনিশা ১২ৰ পিছত নিৰ্ধাৰণ কৰা হৈছে), আধাৰ নম্বৰধাৰীয়ে নতুন ভিআইডি পুনৰ সৃষ্টিৰ বাবে অনুৰোধ কৰিব পাৰে ।এইদৰে নতুন ভিআইডি সৃষ্টি হ’ব আৰু পূৰ্বৰ ভিআইডিনিষ্ক্ৰিয় কৰা হ’ব।যদিহে আৱাসীয়ে ভিআইডি উদ্ধাৰৰ পথ বাছি লয়, তেন্তে শেষৰ সক্ৰিয় ভিআইডি এছএমএছৰ জৰিয়তে আধাৰ নম্বৰধাৰীলৈ প্ৰেৰণ কৰা হ’ব ।আৱাসীয়ে “RVID আধাৰ নম্বৰৰ শেষৰ ৪টা অংক” টাইপ কৰি পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ জৰিয়তে ১৯৪৭ লৈ প্ৰেৰণ কৰিব লাগিব।
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
