মই স্থানীয় ভাষাত নামভৰ্তিৰ পূৰ্বৰ তথ্য কেনেদৰে আমদানি কৰিম?


এই সময়ত, ইংৰাজীত নামভৰ্তিৰ পূৰ্বৰ তথ্য আমদানিকৰাৰ বাবে সমৰ্থন প্ৰদান কৰা হৈছে। নামভৰ্তি প্ৰক্ৰিয়াৰ সময়ত, তথ্যবোৰ ট্ৰেন্সলেটৰেচন ইঞ্জিনৰ জৰিয়তে ইংৰাজীৰ পৰা স্থানীয় ভাষালৈ ৰূপান্তৰকৰা হয়। অপাৰেটৰে আৱাসীৰ উপস্থিতিত এই তথ্য সংশোধন কৰিব পাৰে। ছফ্টৱেৰটো ইংৰাজী, স্থানীয় ভাষা বা ভৱিষ্যত সংস্কৰণত দুয়োটাত প্ৰাক-নামভৰ্তি ডাটা আমদানিৰ বাবে সমৰ্থন প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে। স্থানীয় ভাষাত আমদানি কৰা প্ৰাক-নামভৰ্তি ডাটাৰ বাবে, ই ট্ৰেন্সলেটৰেচন ইঞ্জিনৰ দ্বাৰা অত্যাধিক পৰিচালিত নহ'ব। অৱশ্যে, ডাটা সম্পাদনা কৰাৰ বাবে এটা কোমল কীপেড / আইএমই উপলব্ধ হ'ব।"

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done