যদি মোৰ আঙুলিৰ ছাপ বোৰ জীৰ্ণ হৈ যায় / মোৰ কোনো আঙুলি নাই তেন্তে মই কেনেদৰে প্ৰমাণীকৰণ কৰিম?

সেৱা প্ৰদানকাৰীসকলক এনে সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ বৈকল্পিক প্ৰমাণীকৰণ প্ৰণালী যেনে আইৰিছ প্ৰমাণীকৰণ, ওটিপি প্ৰমাণীকৰণ প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ উপৰিও, সেৱা প্ৰদানকাৰীৰ তেওঁলোকৰ হিতাধিকাৰীসকলৰ প্ৰমাণীকৰণৰ অন্যান্য পদ্ধতি থাকিব পাৰে।

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done