মোৰ বেংকৰ শাখা বহু দূৰত অৱস্থিত। মোৰ দুৱাৰমুখত মোৰ বেংক একাউণ্টত জমা কৰা ডিবিটি পুঁজি উলিওৱাৰ কোনো সুবিধা আছে নেকি?


বিভিন্ন বেংক আৰু ডাকঘৰৰ দ্বাৰা বেঙ্ক মিত্ৰ/বেঙ্ক সংবাদদাতা নিয়োজিত আছে যিয়ে মাইক্ৰ'-এটিএম নামৰ এটা হাতত ধৰা সঁজুলি বহন কৰে। ইয়াক ব্যৱহাৰ কৰি, আপুনি আপোনাৰ আধাৰ লিংক কৰা বেঙ্ক একাউণ্টত একাধিক প্ৰকাৰৰ বেঙ্কিং লেনদেন কৰিব পাৰে যেনে নগদ ধন উলিওৱা, নগদ জমা, বেলেন্স অনুসন্ধান, মিনি ষ্টেটমেণ্ট, অন্যান্য আধাৰ ধাৰকলৈ পুঁজি স্থানান্তৰ ইত্যাদি।

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done