মই এনৰোলেড হোৱাৰ পিছত, মোৰ আধাৰ পত্ৰ পাবলৈ কিমান সময় লাগিব? আৰু মই মোৰ আধাৰ পত্ৰ কেনেকৈ পাম?

আধাৰ উৎপাদনত নামভৰ্তিৰ তাৰিখৰ পৰা ৯০ দিন লৈকে সময় লাগিব পাৰে। আধাৰ নম্বৰ ধাৰকৰ পঞ্জীভুক্ত ঠিকনাত সাধাৰণ ডাকৰ দ্বাৰা আধাৰ পত্ৰ প্ৰদান কৰা হয়। 

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done