মোৰ পাছপ'ৰ্টৰ ঠিকনা আপডেট হোৱা নাই। মোৰ আধাৰ আবেদনৰ বাবে মোৰ বৰ্তমানৰ ঠিকনা দিব বিচাৰিছো। সেয়া সম্ভৱনে?

হয়. প্ৰবাসী ভাৰতীয় আবেদনকাৰীৰ বাবে পৰিচয় প্ৰমাণ (PoI) হিচাপে বৈধ ভাৰতীয় পাছপ’ৰ্ট বাধ্যতামূলক। আপুনি UIDAI দ্বাৰা গ্ৰহণযোগ্য নথিপত্ৰৰ তালিকা অনুসৰি বৈধ সমৰ্থনকাৰী ঠিকনাৰ প্ৰমাণ (PoA)ৰ সৈতে অন্য যিকোনো ভাৰতীয় ঠিকনা দিবলৈ বাছি ল'ব পাৰে:https://uidai.gov.in/images/commdoc/List_of_Supporting_Document_for_Aadhaar_Enrolment_and_Update.pdf"

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done