আৱাসী বিদেশী নাগৰিকক দিয়া আধাৰ আজীৱন বৈধ হ'ব নেকি ?

নহয়, আৱাসী বিদেশী নাগৰিকক প্ৰদান কৰা আধাৰৰ বৈধ হ’ব:
১/ ভিছা/পাছপৰ্টৰ বৈধতা।
২/ অ'চিআই কাৰ্ডধাৰী আৰু নেপাল আৰু ভূটানৰ নাগৰিকৰ ক্ষেত্ৰত তালিকাভুক্তৰ তাৰিখৰ পৰা ১০ বছৰ বৈধতা হ'ব।"

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done