আধাৰ তালিকাভুক্ত কেন্দ্ৰত কি কি সবিশেষ আপডেট কৰাব পাৰিম?

আপুনি উপলব্ধ সেৱাসমূহৰ ওপৰত ভিত্তি কৰি তালিকাভুক্ত কেন্দ্ৰত জনগাঁথনিৰ বিৱৰণ (নাম, ঠিকনা, DoB, লিংগ, মোবাইল আৰু ইমেইল আইডি, নথিপত্ৰ (POI&POA)) আৰু/বা বায়মেট্ৰিক্স (ফিংগাৰপ্ৰিণ্ট, আইৰিছ আৰু ফটোগ্ৰাফ)ৰ বিৱৰণ আপডেট কৰিব পাৰে। আপুনি ভূৱন পৰ্টেলত সেৱা উপলব্ধ বিৱৰণৰ সৈতে এটা আধাৰ কেন্দ্ৰ বিচাৰি পাব পাৰে: https://bhuvan-app3.nrsc.gov.in/aadhaar/

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done