আধাৰ অপাৰেটৰ হিচাপে কাম কৰিবলৈ যোগ্যতাৰ মাপকাঠী কি কি?
অপাৰেটৰ শ্ৰেণী
নূন্যতম অৰ্হতা
১/ আধাৰ নামভৰ্তি আৰু অপাৰেটৰ/ তত্বাৱধায়ক আপডেট কৰা
১২ নং (মধ্যমীয়া)
অথবা
২ বছৰ আই টি আই (১০+২)
অথবা
৩ বছৰ ডিপ্লমা (১০+৩)
[আই পি পি বি/অংগনবাড়ী আশা কৰ্মী - দশম (মেট্ৰিক)ৰ ক্ষেত্ৰত]
২/ গুণগত মান পৰীক্ষা/ গুণগত মান নিৰীক্ষণ (QA/QC) অপাৰেটৰ/ তত্বাৱধায়ক
যিকোনো শাখাত স্নাতক হোৱা
3. মেনুৱেল ডি-ডুপ্লিকেচন (MDD) অপাৰেটৰ /তত্বাৱধায়ক
যিকোনো শাখাত স্নাতক হোৱা
৪/ প্ৰমাণীকৰণ অপাৰেটৰ
১২ নং (মধ্যমীয়া)
অথবা
২ বছৰ আই টি আই (১০+২)
অথবা
৩ বছৰ ডিপ্লমা (১০+৩)
[আই পি পি বি/অংগনবাড়ী আশা কৰ্মী - দশম (মেট্ৰিক)ৰ ক্ষেত্ৰত]
৫/ গ্ৰাহক সম্পৰ্ক ব্যৱস্থাপনা (চি আৰ এম) কাৰ্যবাহী
যিকোনো শাখাত স্নাতক হোৱা
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
