কি পৰিস্থিতিত পুনৰ প্ৰমাণীকৰণৰ প্ৰয়োজন?
তলত উল্লেখ কৰা পৰিস্থিতিত পুনৰ প্ৰমাণীকৰণৰ প্ৰয়োজন:
বৈধতা বৃদ্ধিৰ ক্ষেত্ৰত: প্ৰমাণপত্ৰৰ বৈধতা বৃদ্ধিৰ বাবে পুনৰ প্ৰশিক্ষণৰ লগতে পুনৰ প্ৰমাণীকৰণৰ প্ৰয়োজন আৰু ইতিমধ্যে আধাৰ পৰিৱেশ তন্ত্ৰত কাম কৰা অপাৰেটৰসকলৰ বাবে প্ৰযোজ্য।
নিলম্বনৰ ক্ষেত্ৰত: যদি কোনো অপাৰেটৰক বিশেষ সময়ৰ বাবে নিলম্বিত কৰা হয়, তেন্তে নিলম্বনৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ প্ৰশিক্ষণৰ লগতে পুনৰ প্ৰমাণীকৰণৰ প্ৰয়োজন হয়।
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
