প্ৰমাণপত্ৰ পৰীক্ষা দিয়াৰ বাবে মাচুল কিমান?

470.82 টকা (জিএছটি সহ) আৰু পুনৰ পৰীক্ষা মাচুল 235.41 টকা (জিএছটি সহ) প্ৰযোজ্য। এনএছইআইটি লিমিটেডে ইয়াৰ পঞ্জীয়ন পৰ্টেলত প্ৰদান কৰা সুবিধাৰ জৰিয়তে মাচুল অনলাইনত পৰিশোধ কৰিব লাগিব। প্ৰাৰ্থী জন বিফল হ'লে বা পৰীক্ষাত অনুপস্থিত থাকিলে কেৱল পুনৰ পৰীক্ষা মাচুল প্ৰযোজ্য।

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done