আধাৰ অপাৰেটৰৰ শ্ৰেণীসমূহ কি কি?


আধাৰ অপাৰেটৰৰ শ্ৰেণীসমূহ তলত উল্লেখ কৰা হৈছে:

আধাৰ নামভৰ্তি আৰু অপাৰেটৰ/ তত্বাৱধায়ক আপডেট কৰা।
গুণগত মান পৰীক্ষা/ গুণগত মান নিৰীক্ষণ (QA/QC) অপাৰেটৰ /তত্বাৱধায়ক।
মেনুৱেল ডি-ডুপ্লিকেচন (MDD) অপাৰেটৰ /তত্বাৱধায়ক।
অভিযোগ নিৰাময় অপাৰেটৰ (জি আৰ অ’)।
প্ৰমাণীকৰণ অপাৰেটৰ।
গ্ৰাহক সম্পৰ্ক ব্যৱস্থাপনা (চি আৰ এম) কাৰ্যবাহী

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done