এই সুবিধাই মোক সৰ্বাধিক ৫০টা প্ৰমাণীকৰণ ৰেকৰ্ড চাবলৈ অনুমতি দিয়ে। অধিক ৰেকৰ্ড কেনেকৈ পৰীক্ষা কৰিব পাৰি?
আধাৰ নম্বৰধাৰীয়ে যিকোনো প্ৰমাণীকৰণ ব্যৱহাৰকাৰী সংস্থা (AUA) বা তেওঁৰ দ্বাৰা যোৱা ৬ মাহত কৰা সকলো প্ৰমাণীকৰণ ৰেকৰ্ডৰ সবিশেষ চাব পাৰে। কিন্তু এটা সময়ত সৰ্বাধিক ৫০টা ৰেকৰ্ড চাব পাৰিব। যদি আধাৰ নম্বৰধাৰীয়ে অধিক ৰেকৰ্ড পৰীক্ষা কৰিব বিচাৰে তেন্তে তেওঁ কেলেণ্ডাৰত তাৰিখৰ পৰিসৰ নিৰ্বাচন কৰিব লাগিব আৰু সেই অনুসৰি প্ৰমাণীকৰণ ৰেকৰ্ড চাব পাৰি।
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
