প্ৰমাণীকৰণ ৰেকৰ্ডসমূহত ইউআইডিএআই প্ৰতিক্ৰিয়া ক'ড কি?
আধাৰ নম্বৰ ধাৰীয়ে কৰা প্ৰতিটো প্ৰমাণীকৰণ লেনদেনৰ বাবে, ইউআইডিএআইয়ে লেনদেনসমূহ চিনাক্ত কৰিবলৈ এটা অনন্য ক'ড সৃষ্টি কৰে আৰু সঁহাৰিৰ সৈতে একেখিনি প্ৰমাণীকৰণ ব্যৱহাৰকাৰী এজেন্সী (এইউএ)লৈ প্ৰেৰণ কৰে lএই ক'ড এ ইউ এৰ লগতে ইউ আই ডি এ আইৰ দ্বাৰা লেনদেন অনন্যভাৱে চিনাক্ত কৰাত সহায়ক আৰু আধাৰ নম্বৰধাৰীয়ে এ ইউ এৰ পৰা পৰৱৰ্তী যিকোনো সোধা-পোছাৰ বাবে ব্যৱহাৰ কৰিব পাৰে।
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
