ক্য়ুআৰ ক’ডৰ সুবিধা কি কি?

অফলাইন মোডত পৰিচয় পৰীক্ষণৰ বাবে আধাৰ QR ক’ড ব্যৱহাৰ কৰিব পাৰিব। স্মাৰ্টফোন আৰু উইণ্ড’জ ভিত্তিক QR ক’ড স্কেনিং এপ্লিকেচনৰ বাবে ‘আধাৰ QR Code Scanner’ এপটোৱে অফলাইন মোডত কাম কৰে আৰু স্কেনিঙৰ উদ্দেশ্যে ইণ্টাৰনেটৰ প্ৰয়োজন নহয়।

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done