আধাৰৰ বিপৰীতে সেৱা প্ৰদানৰ ডাটাবেছত মোৰ নাম বেলেগ। মই কি কৰিব লাগে?


কোনটো নথিপত্ৰৰ নাম সংশোধনৰ প্ৰয়োজন হয় তাৰ ওপৰত নিৰ্ভৰ কৰি এনে নথিপত্ৰ সংশোধন কৰিব লাগে। যদি নাম সংশোধন আধাৰত কৰিব লাগে, তেন্তে আপুনি ওচৰৰ আধাৰ নামভৰ্তি কেন্দ্ৰলৈ গৈ আপোনাৰ নাম, বয়স, ঠিকনা, মোবাইল নম্বৰ আৰু অন্যান্য জনগাঁথনিগত তথ্য আপডেট কৰিব পাৰে (আধাৰ নামভৰ্তি/উন্নীতকৰণ কেন্দ্ৰৰ তালিকা এই ৱেবচাইটত উপলব্ধ - https:/ /appointments.uidai.gov.in/easearch.aspx আৰু https://bhuvan.nrsc.gov.in/aadhaar/)। ঠিকনা আধাৰ স্বসেৱা আপডেট পৰ্টেল https://ssup.uidai.gov.in/ssup/ ত অনলাইনযোগেও আপডেট কৰিব পাৰিব।

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done