মোৰ বেংকৰ শাখাটো বহু দূৰত অৱস্থিত। মোৰ দুৱাৰমুখতে মোৰ বেংক একাউণ্টত জমা হোৱা ডিবিটিৰ ধন উলিয়াবলৈ কিবা সুবিধা আছেনে?


বিভিন্ন বেংক আৰু ডাকঘৰত নিয়োজিত বেংক মিত্ৰ/বেংক সংবাদদাতা আছে যিসকলে মাইক্ৰ’-এটিএম নামৰ হেণ্ডহেল্ড ডিভাইচ এটা লৈ ফুৰে। ইয়াক ব্যৱহাৰ কৰি আপুনি আপোনাৰ আধাৰ লিংকড বেংক একাউণ্টত একাধিক ধৰণৰ বেংকিং লেনদেন কৰিব পাৰে যেনে নগদ ধন উলিওৱা, নগদ জমা, বেলেঞ্চৰ সোধা-পোছা, মিনি ষ্টেটমেন্ট, আন আধাৰধাৰীলৈ ধন স্থানান্তৰ ইত্যাদি।

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done