মই মোৰ আধাৰ ব্যৱহাৰ কৰি পিডিএছ (ৰেচন), এমজিএনৰেগাকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত সুবিধাসমূহ কেনেকৈ লাভ কৰিব পাৰিম?
সুবিধা লাভৰ বাবে প্ৰথমে আপোনাৰ অঞ্চলৰ সংশ্লিষ্ট কাৰ্যকৰী কৰ্তৃপক্ষৰ জৰিয়তে আঁচনিৰ অধীনত নামভৰ্তি কৰিব লাগিব আৰু নিৰ্দিষ্ট আঁচনিৰ প্ৰয়োজনীয়তা অনুসৰি আধাৰ ব্যৱহাৰ কৰি নিজকে প্ৰমাণীকৰণ কৰিব লাগিব।
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
