বায়মেট্ৰিক লক হ'লে কি হয়?


লকড বায়মেট্ৰিক্সে নিশ্চিত কৰিছে যে আধাৰধাৰীয়ে প্ৰমাণীকৰণৰ বাবে বায়’মেট্ৰিক্স (ফিংগাৰপ্ৰিণ্ট/আইৰিছ/ফেচ) ব্যৱহাৰ কৰিব নোৱাৰিব, যিকোনো ধৰণৰ বায়’মেট্ৰিক প্ৰমাণীকৰণ বন্ধ কৰিবলৈ ই এক সুৰক্ষা বৈশিষ্ট্য।
ইয়াৰ উপৰিও ই নিশ্চিত কৰে যে কোনো সত্তাই যিকোনো প্ৰকাৰে সেই আধাৰধাৰীৰ বাবে বায়মেট্ৰিক ভিত্তিক আধাৰ প্ৰমাণীকৰণ কৰিব নোৱাৰে।"

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done